মান ভগনমান লেন্

মান ভগনীয়াৰ (Assamese) [ Roman: man bho.go.ni.yar]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-03
1. Historial(Common Noun-Common) During Burmese rule(days 1821-1825) in Assam large numbers of villagers were displaced due to indescribable atrocities. This displaced people are know as `maan bhaganiyar` বাৰ্মানসকলৰ শাসনৰ সময়ত অসমৰ গাওঁসমূহ জনশূণ্য হৈ গৈছিল ৷ পলায়ন কৰি দিহিঙে দিপাঙে আশ্ৰয় লোৱা লোকসকলক মান ভগনীয়াৰ বোলে ৷